Assam D.El.Ed PET 2026 | 100 MCQ Full Mock Test | D.el.ed Pet Free Mock Test

Assam SCERT D.El.Ed PET Preparation

ASSAM SCERT D.El.Ed PET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সমূহ প্ৰাৰ্থীসকললৈ Prostuti Assam ৰ তৰফৰ পৰা স্বাগতম! আজি আমি এখন সম্পূৰ্ণ ১০০ নম্বৰৰ Mega Mock Test লৈ আহিছোঁ।

Assam D.El.Ed PET 2026: পৰীক্ষাৰ আৰ্হি

  • মুঠ নম্বৰ: ১০০
  • সময়: ২ ঘণ্টা (১২০ মিনিট)
  • প্ৰশ্নৰ ধৰণ: Multiple Choice Questions (MCQ)
  • নেগেটিভ মাৰ্কিং: প্ৰতিটো ভুল উত্তৰৰ বাবে ০.২৫ নম্বৰ কটা যাব।

D.El.Ed PET: Full Mock Test

মুঠ প্ৰশ্ন: ১০০ | সময়: ১২০ মিনিট | নিগেটিভ মাৰ্ক: ০.২৫

সাৱধান: পৰীক্ষা চলি থকা অৱস্থাত স্ক্ৰীণ সলালে বা অন্য App খুলিলে পৰীক্ষা স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব।

🏆 Live Leaderboard 🏆
Loading live scores...